3 Minutes Reiki Healing for All

Details
Title | 3 Minutes Reiki Healing for All |
Author | HOLISTIC HEALTH CARE DHEMAJI |
Duration | 2:42 |
File Format | MP3 / MP4 |
Original URL | https://youtube.com/watch?v=31g0-GQ2104 |
Description
কোনো এক আৰামদায়ক স্থিতিত ৩ (তিনি) মিনিটৰ বাবে বহি লওক। এতিয়া নিজৰ লগতে সকলো গুৰু (গাইড), সকলো এঞ্জেল, প্ৰকৃতি, পৰমাত্মা আৰু ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি (ৰেইকি)ৰ প্ৰতি অন্তৰৰ পৰা কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক । এই ভিডিঅ'টো প্লে কৰক আৰু লাহেকৈ আপোনাৰ চকু বন্ধ কৰি মনৰ ভিতৰত আপোনাৰ উদ্দেশ্যটো কওঁক, আৰু এই উদ্দেশ্যৰে ভিডিঅ'টো শেষ নোহোৱালৈকে জীৰণিৰ সৈতে অপেক্ষা কৰক। লগে লগে সুকোমল কিন্তু শক্তিশালী হিলিং এনাৰ্জি প্ৰৱাহিত হৈ হিলিং হ'বলৈ আৰম্ভ কৰিব। ভিডিঅ'টো শেষ কৰাৰ পিছত, পুনঃ সকলোৰে প্ৰতি কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক আৰু লাহে লাহে চকু মেলক 🙏
এই ভিডিওটো দিনটোত যিমানবাৰ ইচ্ছা সিমান বাৰ একেটা উদ্দেশ্যৰে বা বেলেগ বেলেগ উদ্দেশ্যৰে ব্যৱহাৰ কৰিব পাৰিব । প্ৰতিদিনে অন্ততঃ এবাৰ কৈ হ'লেও এই ভিডিওটো ব্যৱহাৰ কৰা উচিৎ ।
Just sit in a relaxed position. Feel gratitude in your mind for yourself, all gurus (guides), all angels, nature, God, and the Universal Life Force Energy (Reiki). Play this video and gently close your eyes. Now, mentally state your intention. With this intention in mind, wait and relax until the video finishes. The powerful and soothing healing energy will flow to you. After completing the video, feel gratitude again and slowly open your eyes 🙏.
The video can be used many times in a day with the same or different intentions. It is ideal for daily use.